বোকা নিষ্কাশন কেলেংকাৰীৰ মূল অভিযুক্ত তজদিকুৰ ৰহমানক ৰাজস্থানত গ্ৰেপ্তাৰ...

জি.এম.চিৰ মুখ্য অভিযন্তা তহ্বিকুৰ ৰহমানক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
শিলচৰত বানত পৰি মৃত্যু এজনৰ…

GMC CE Arrest

  • বোকা কেলেংকাৰিত জড়িত জি.এম.চিৰ মুখ্য অভিযন্তা জদিকুৰ ৰহমানক গ্ৰেপ্তাৰ।

Advertisment
  • ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মুখ্য অভিযন্তা গৰাকীক।

  • মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে গ্রেপ্তাৰ কৰে বিষয়াজনক।

  • বিমানেৰে তেওঁক লৈ অনা হয় গুৱাহাটীলৈ।

  • ৰহমানক বিমান বন্দৰৰ পৰা পোনে পোনে লৈ যোৱা হ'ব আদালতলৈ।

assam gmc guwahati