/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fe6351d9-5d8c-425b-bb01-357256876d43/sabua_28.jpg)
চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড...
-
চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড ।
-
ডায়াৰ মেচিনত চাহপাত প্ৰস্তুত কৰি থকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড।
-
দুপৰীয়াৰ ভাগত সংঘটিত এই অগ্নিকাণ্ড।
-
চাবুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।
-
কথমপি ৰক্ষা পৰে ফেক্টৰীটোৰ বহু কোটি টকাৰ সম্পত্তি।