New Update
/asomiyapratidin/media/media_files/2025/05/19/xhiz5eyKCBgSUwxnjuPQ.jpg)
- প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ
- দুলীয়াজান থানাত ৰুজু ৯০/২০২৫ গোচৰত শংকৰজ্যোতিক জামিন প্ৰদান আদালতৰ
- ৮৯/২০২৫ নং গোচৰত জামিন পোৱা নাই শংকৰজ্যোতি বৰুৱাই
- দ্বিতীয়টো গোচৰৰ জামিন আবেদনক লৈ চলি আছে শুনানি
- দুলীয়াজানত সংঘটিত মাৰপিটৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা