0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শোণিতপুৰৰ ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জাহ গ’ল এটি বাসগৃহ। জুইত জাহ যায় বাগিচাখনৰ ৪ নং লাইনৰ পুকলু তাঁতীৰ বাসগৃহ। কথমপি ৰক্ষা পৰে পুকলু তাঁতীৰ পত্নী আৰু কনমানি সন্তানৰ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব