/asomiyapratidin/media/media_files/2024/12/21/t2m49duKZ6ktKxoGt9S7.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াত নকল সোণৰ বিৰুদ্ধে আৰ্ৰক্ষীৰ সফল অভিযান । এক গোপনসূত্ৰৰ পমখেদি বিশ্বনাথ উপ আৰক্ষী অধীক্ষক বিশাল গগৈৰ নেতৃত্বত আৰু চতিয়া আৰক্ষীৰ সহযোগত চতিয়াৰ চাৰ্কেআটিৰ এক অভিযান চলাই জমিনুল হক নামৰ এজনক নকল সোণসহ আটক কৰিবলৈ সক্ষম হয়৷
অভিযানকাৰী দলটোৱে জমিনুলৰ বাসগৃহৰ পৰা নকল সোণ আৰু সোণ বনোৱা সা-সামগ্ৰীৰ লগতে সোণ গলোৱাত ব্যৱহৃত কয়লা আদি উদ্ধাৰ কৰে৷