New Update
/asomiyapratidin/media/media_files/2025/03/18/VlumbQFgU40W5bSzLX7i.jpg)
ভয়ংকৰ অগ্নিকাণ্ড
- শোণিতপুৰৰ ৰঙাপৰাৰ নাহৰণি চাহ বাগিচাত নিশা ভয়ংকৰ অগ্নিকাণ্ড
- অগ্নিকাণ্ডৰ ফলত জাহ গ’ল এটি বাসগৃহ
- জুইত জাহ যায় বাগিচাখনৰ ৪ নং লাইনৰ পুকলু তাঁতীৰ বাসগৃহ
- কথমপি ৰক্ষা পৰে পুকলু তাঁতীৰ পত্নী আৰু কনমানি সন্তানৰ
- নিশা বিদ্যুত নথকাত মমবাতি জ্বলাইছিল পুকলু তাঁতীয়ে
- মমবাতিৰ ফলতে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ
- বাসগৃহত থকা সকলে সা- সম্পতি জাহ যায় জুইত
- স্থানীয় ৰাইজে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক
- ৰঙাপৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us