0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শনিবাৰে সমগ্ৰ দেশজুৰি হ'ব বছৰটোৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত। দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বছৰটোৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব