0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বস্ত্ৰ নগৰী শুৱালকুছিৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন। ইয়াৰ কাৰণ দুটা। প্ৰথমতে আজি অৰ্থাৎ ১৯৪৬চনৰ ৯ জানুৱাৰীৰ দিনটোতে বস্ত্ৰ নগৰীলৈ আহিছিল মহা মানৱ মহাত্মা গান্ধী। আনটো হৈছে- আজিৰ এই দিনটোতেই প্ৰতিষ্ঠা কৰা হৈছিল শুৱালকুছি সাংবাদিক সন্থা।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব