
শুৱালকুছিৰ নিকটৱৰ্তী বংশৰত পথ দুৰ্ঘটনা।
থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত এজন।
তীব্র বেগী স্কুটী আৰোহীয়ে খুন্দা মাৰে বিদ্যুতৰ খুঁটাত।
থিতাতে নিহত মুকালমুৱাৰ গোবিন্দ তালুকদাৰ নামৰ লোকজন।
গুৰুতৰভাৱে আহত শুৱালকুছি বৈকুণ্ঠপুৰৰ অমৃত কলিতা।
গুৰুতৰভাৱে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্রেৰণ।