0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২০২৪-২০২৫ পৰ্যটন বৰ্ষত পৰ্যটকসকলৰ পৰা ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্ৰহ কৰা হয়। এই সন্দৰ্ভত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে কয়, " ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বিগত আঠ মাহত ১ কোটি ৫৮ লাখ টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব