২০মে'ৰ পৰা বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং...

২০মে'ৰ পৰা বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং...

author-image
Asomiya Pratidin
New Update
২০মে'ৰ পৰা বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং...

ডিজিটেল ডেস্কঃ অহা ২০ মে'ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে'ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰাৰ কথা উল্লেখ কৰিছে। পুনৰ জাননী নিদিয়া পর্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলিও উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।

Also Read: ট্ৰেণ্ডছ-প্ৰতিদিন বিহুৰে বিৰিণা ছিজন-৯ৰ সামৰণি

Manash National Park