0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শুকুৰবাৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলা সমিতি উদ্যোগত তাৎক্ষণিকভাৱে সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মহিলা ব্যৱসায়ীক প্ৰতাৰণা কৰা দ্বীজেন দত্তৰ সৈতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে সংগঠনটোৰ নেতাসকলে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব