0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
দুৰ্বল সেৱাৰ বৰ্ধিত অভিযোগৰ বাবে বি এছ এন এলে ৩ জি সেৱা বন্ধ কৰিবলৈ আগবাঢ়িছে। একে সময়তে ২ জি, ৩ জি আৰু ৪ জি সেৱা প্ৰদান কৰা বি এছ এন এলে চাহিদা হ্ৰাস হোৱাৰ লগতে গ্ৰাহকৰ পৰা লাভ কৰা একাধিক অভিযোগৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব