শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...
Browsing Tag

amit shah

১ মিনিটত ২৫ খবৰ…

১) বিভিন্ন সমস্যাক লৈ আজি দেশ জুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে। ইয়াৰ মাজতে আটক হয় ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু আন কৰ্মী। ২) কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি
আৰু পঢ়ক...

মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে: শ্বাহ

ডিজিটেল ডেস্ক: শুকুৰবাৰে মূল্যবৃদ্ধি আৰু আন সমস্যাৰ বিৰোধিতা কৰি সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে। এই প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে ক'লা কাপোৰ পৰিধান কৰা দেখা যায়। প্ৰতিবাদ স্থলীৰ পৰা আটকো হয় ৰাহুল গান্ধী, প্ৰিয়ংকা
আৰু পঢ়ক...

অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ আহ্বান; কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে বৈঠক…

ডিজিটেল ডেস্ক: ৰাজ্যত চলি থকা বিভিন্ন বিতৰ্কৰ মাজতেই শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা
আৰু পঢ়ক...

২০২৪! বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী শক্তিশালী নে?

দেশত ৰাজনীতিৰ বাতাবৰণ অতি ৰোমাঞ্চকৰ হৈ পৰিছে। বিৰোধী মুক্ত ভাৰত গঢ়িবলৈ অহৰহ চেষ্টা কৰি গৈছে বিজেপিয়ে। এই ক্ষেত্ৰত বিৰোধীয়ে কিবা ভূমিকা পালন কৰিবলৈ সক্ষম হ'বনে এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন... মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১)আজি স্বগৃহলৈ আনি শেষকৃত্য সম্পন্ন কৰা হয় মণিপুৰত মৃত্যু হোৱা ৪ জন শ্রমিকৰ । ২)ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ সাহাক ৩০জুনত নিজ বাসভৱনত নিশা প্ৰায় ৯.৩০ বজাত দূষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে প্ৰাণ নাশ কৰাৰ ভাবুকি প্ৰদান কৰে। ৩)
আৰু পঢ়ক...

ভাৰতে দিব বিশ্বগুৰুৰ মৰ্যদা, দেশত পৰৱৰ্তী ৪০ বছৰ বিজেপিৰ যুগ: অমিত শ্বাহ

ডিজিটেল ডেস্ক: একেৰাহে ৭ বছৰ শাসনত থকা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা  দেওবাৰে তেলেংগনাৰ হায়দৰাবাদত সম্পন্ন হয়। প্ৰায়বোৰ ৰাজ্যতে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিজেপিৰ বাবে এই বৈঠকৰ ৰাজনৈতিক গুৰুত্ব অপৰিসীম।  দেওবাৰে বৈঠকৰ
আৰু পঢ়ক...

‘মন’ আছে ‘ধন’ নাই…

মৃদুল কুমাৰ সন্দিকৈ মন আছে, ধন নাই। সেইটোৱেই সত্য। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা গুৰুতৰ। স্বাভাৱিক উন্নয়নৰ কাম-কাজ কৰিবলৈ নিশ্চয় ধনৰ প্ৰয়োজন হয়। তাতে প্ৰাকৃতিক দুৰ্যোগে এনে তাণ্ডৱ চলাইছে যে ক্ষয়-ক্ষতি হিচাপ নকৰিলেও ৰাজ্যৰ অৰ্থনীতিৰ
আৰু পঢ়ক...

২৫১৬ কোটি টকা ব্যয়ত ৬৩০০০ পিএচিএছ কম্পিউটাৰকৰণ, প্ৰধানমন্ত্ৰীক ধন্যবাদ শ্বাহৰ…

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাথমিক কৃষি ঋণ সমিতিৰ (পিএচিএছ) কম্পিউটাৰকৰণৰ বাবে কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। শ্বাহে কয় যে বিভিন্ন সময়ত লোৱা
আৰু পঢ়ক...

এসপ্তাহত প্ৰায় ৮ জনক হত্যা! কাশ্মীৰৰ টাৰ্গেট কিলিং সন্দৰ্ভত বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ…

ডিজিটেল ডেস্ক:  কাশ্মীৰত পুনৰ আৰম্ভ হৈছে কাশ্মীৰী পণ্ডিতৰ ওপৰত অত্যাচাৰ। বিগত কেইটামান দিন বহু কেইজন লোকক হত্যা কৰাৰ খবৰে দেশক চাঞ্চল্যই বিৰাজ কৰিছে। কাশ্মীৰত বেংক মেনেজাৰ, অন্য লোকৰ হত্যা আৰু কাশ্মীৰী পণ্ডিতে পলায়নৰ চেষ্টা কৰাৰ সময়তে
আৰু পঢ়ক...

এইবাৰ চৰ্চাত আন এখন ছবি, অমিত শ্বাহে ক’লে, ভাৰতীয় সংস্কৃতিৰ সুন্দৰ প্ৰদৰ্শন…

ডিজিটেল ডেস্ক: বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি 'সম্ৰাট পৃথ্বীৰাজ' কিছুদিন পিছতেই মুক্তি লাভ কৰিব। এই ছবি খনত অক্ষয় কুমাৰৰ লগতে মিছ ৱাৰ্ল্ডৰ খিতাপ লাভ কৰা মানুষী ছিল্লৰেও অভিনয় কৰিছে। ছবিখন মুক্তিৰ পূৰ্বেই যথেষ্ঠ চৰ্চা লাভ
আৰু পঢ়ক...