তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ আহিব অমিত শ্বাহ

তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ১৪ মাৰ্চত নতুন দিল্লীৰ পৰা যোৰহাটত উপস্থিত হৈ নিশা দেৰগাঁৱত কটাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ১৫ মাৰ্চৰ পুৱা  দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী কৰিব পৰিদৰ্শন।

author-image
Asomiya Pratidin
New Update
উত্তৰ পূবলৈ আহিব অমিত শ্বাহ

উত্তৰ পূবলৈ আহিব অমিত শ্বাহ

ডিজিটেল ডেস্ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।  ১৪ মাৰ্চত নতুন দিল্লীৰ পৰা যোৰহাটত উপস্থিত হৈ নিশা দেৰগাঁৱত কটাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ১৫ মাৰ্চৰ পুৱা  দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী কৰিব পৰিদৰ্শন। ১৫ মাৰ্চত দেৰগাঁৱৰ পৰা মিজোৰামলৈ ৰাওনা হ’ব অমিত শ্বাহ। ১৬ মাৰ্চত অল বডোলেণ্ড ষ্টুডেন্ট ইউনিয়নৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণৰ বাবে শ্বাহে কোকাৰঝাৰত উপস্থিত হোৱাৰ কথা। ১৭ মাৰ্চত পুনৰ  দিল্লীলৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

amit shah amit sah