0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
মন্দিৰ হৈছে ঈশ্বৰৰ উপাসনা স্থল। মন্দিৰতকৈ সুৰক্ষিত আৰু পবিত্ৰ ঠাই হয়তো একো থাকিব নোৱাৰে। কিন্তু এইখন পৃথিৱীতে এনে এটা মন্দিৰ আছে, যাক নৰকৰ দুৱাৰমুখ বুলি গণ্য কৰা হয়। এই মন্দিৰলৈ গ’লে ভক্তৰ মৃত্যু নিশ্চিত। হয়, আচৰিত যেন লাগিলেও এয়া একেবাৰেই সত্য।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব