0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ঐশ্বৰ্য ৰায়, পৰিচয়ৰ বাবেই যেন নামেই যথেষ্ট।অভিনয় তথা বিতৰ্কৰ পৰা দূৰত থাকিলেও কিন্তু চৰ্চাৰ শীৰ্ষত থাকে এইগৰাকী বিশ্বসুন্দৰী।ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ যুটিটোও বি-টাউনৰ এক অন্যতম বিখ্যাত যুটি।অনুৰাগীৰ অতিকৈ প্ৰিয় এই যুটিক বলীউডৰ এক অন্যতম শক্তিশালী দম্পতী বুলিও গণ্য কৰা হয়।কিন্তু এই যুটিটো বৰ্তমান তেওঁলোকৰ সম্পৰ্কৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব