গৰমত এইদৰে লওঁক আপোনাৰ চকুৰ যত্ন

Nexop & asomiyapratidin

দুপৰীয়া ৰ'দলৈ নোলাব

দুপৰীয়া সময়ত সূৰ্যৰ পৰা ওলোৱা ইউভি ৰশ্মিয়ে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে। 

ছানগ্লাছ ব্যৱহাৰ কৰক

দুপৰীয়া সময়ত সূৰ্যৰ পৰা ওলোৱা ইউভি ৰশ্মিয়ে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে।

হাইড্ৰেটেড হৈ থাকক

গ্ৰীষ্মকালত যথেষ্ট পৰিমাণে পানী খাব।সঘনাই পানী খাই আপুনি এই দিনকেইটাত ডিহাইড্ৰেচনৰ পৰা নিজকে বচাই ৰাখিব পাৰে। 

নিজে কোনো ঔষধ ব্যৱহাৰ নকৰিব

যদি তীব্ৰ সূৰ্যৰ পোহৰৰ বাবে আপোনাৰ শৰীৰ বা চকুত কিছু পৰিৱৰ্তন হয়, তেনেহ'লে নিজে কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰিব।