ৰাষ্ট্ৰীয় অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল ডেস্ক : অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিয়ে প্ৰচাৰ ভাৰতীৰ ডাইৰেক্ট টু হোম ফ্ৰি ডিচ সেৱাৰ অতিৰিক্ত ২২ নিযুত ব্যৱহাৰকাৰীৰ একো পৰিশোধ নকৰাকৈ বেআইনী ভাবে ডিটিএইচ ব্যৱহাৰকাৰী এক্সেজ লাভ কৰিছিল । যাৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰক প্ৰদান কৰা কোনো… আৰু পঢ়ক...
অসম বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত আজি মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই প্ৰাপ্যৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম বিৰোধী নীতিৰ বিৰোধীতাৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই আকাশ-বতাহ কঁপাই তোলে । ৪৮নং বকো বিধান সভা সমষ্টিৰ বকো থানাৰ… আৰু পঢ়ক...
অসম ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ' পেৰেড গ্ৰাউণ্ড'ত ফিজিকেল ষ্টেণ্ডাৰ্ট টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব । এই… আৰু পঢ়ক...
অসম এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল সংবাদ, বটদ্ৰৱা : ৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত দলংঘাট আৰু বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জাজৰিৰ শিমলুতল বৃহস্পতিবাৰে অনুষ্ঠিত এখন কৰ্মী সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধয়াক… আৰু পঢ়ক...
মুখ্য-পৃষ্ঠা পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল ডেস্ক : পুনে স্থিত চিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । চিৰাম ইনষ্টিটিউটৰ নিৰ্মানৰত অট্টালিকাত বৃহস্পতিবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয় । ইফালে এই অগ্নিকাণ্ড ভেকচিন নিৰ্মান… আৰু পঢ়ক...
অসম ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল সংবাদ, গৰৈমাৰী : কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে অতৰ্কিতভাৱে অভিযান চলাই তীৰখেলৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷ জানিব পৰামতে ছয়গাঁও থানাৰ… আৰু পঢ়ক...
অসম পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল সংবাদ, মঙলদৈ : দৰঙৰ ধূলা থানাৰ অন্তৰ্গত গৰাপুৰী নিছপি খেৰা গাঁৱত দেৱানী মাতব্বৰৰ উপস্থিতিত মবাইলত বন্দী হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডৰ দৃশ্য পলমকৈ পোহৰলৈ আহে । ভূমি কেন্দ্ৰীক সংঘাতৰ পৰিণতিত দেৱানী-মাতাব্বৰৰ উপস্থিতিত বনিজ ইছলাম ও… আৰু পঢ়ক...
অসম নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল সংবাদ, বটদ্ৰৱা : মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰীৱ ন্যায় সন্থা, ধিং দুনীৰ্তি বিৰোধী সন্থাৰ সহযোগত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ চমুৱাগাঁৱৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত… আৰু পঢ়ক...
অসম ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল সংবাদ,বিহপুৰীয়া : বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি জনগণৰ মাজত বিজ্ঞানমনস্কতা গঢ়ি তোলাৰ উদ্দেশ্যে ২৩ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন খন বিহপুৰীয়াত অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছে ৷ … আৰু পঢ়ক...
অসম অতীন দাসলৈ আগবঢ়োৱা হৈছে ‘গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১’… অসমীয়া প্ৰতিদিন Jan 21, 2021 ডিজিটেল ডেস্ক : অসম চৰকাৰে ২৬ জানুৱাৰীত প্ৰতিটো বছৰৰ দৰে এই বছৰো 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ' প্ৰদান কৰা হ'ব । এই বৰ্ষৰ 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১' আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ । গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত… আৰু পঢ়ক...