হজমত সমস্যাৰ সৃষ্টি কৰে এইকেইবিধ পাচলিয়ে

asomiyapratidin

ফুলকবি 

আয়ুৰ্বেদৰ মতে, ফুলকবি ঠাণ্ডা।যাৰ বাবে ফুলকবি খালে পাকস্থলীৰ জুইৰ উপাদান ক্ষতিগ্ৰস্ত হয়। ই শৰীৰত বাত দোষ আৰু কফৰ পিত্তও হ্ৰাস কৰে। 

বিলাহী 

বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। যাৰ বাবে আমি সকলোয়ে ইয়াক আমাৰ খাদ্য তালিকাত অন্তৰ্ভূত কৰো।

কেপচিকাম

কেপচিকামত থকা আঁহ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে আমি বহুতেই কেপচিকাম ব্যৱহাৰ কৰো।

পালেং শাক  

পালেং শাকক আইৰণৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। ই ওজন হ্ৰাস কৰাতো যথেষ্ট সহায়ক। কিন্তু আয়ুৰ্বেদৰ মতে, পালেং খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক।

বন্ধাকবি 

বাৰিষাৰ বতৰত বন্ধাকবিও খাব নালাগে। কিয়নো এই ঋতুত শাক-পাচলিত পোক-পতংগ থাকে, যিয়ে হজমত প্ৰভাৱ পেলাব পাৰে।