এই মুহুৰ্তৰ খবৰ
এই মুহুৰ্তৰ খবৰ 
নলবাৰী

নলবাৰীত নিষিদ্ধ ড্রাগছসহ এজনক আটক

Asomiya Pratidin
  • নলবাৰীত নিষিদ্ধ ড্রাগছসহ এজনক আটক

  • আৰক্ষীয়ে হাতে-লোটে আটক কৰে ড্রাগছ সৰবৰাহকাৰীজনক

  • ধৃত সৰবৰাহকাৰী যুৱকজনৰ নাম নাগা বুলি চিনাক্ত

  • জানিব পৰা মতে দীৰ্ঘদিন ধৰি ড্রাগছ সৰবৰাহৰ সৈতে জড়িত আছিল যুৱকজন।