/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
-
বোকাখাতৰ লতাবাৰীত গুলীচালনাৰ ঘটনা।
-
উদয় চাংমাই নামৰ এজন লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।
-
বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
-
গুলীচালনাত গুৰুতৰভাৱে আহত উদয় চাংমা।
-
দুৰ্বৃত্তই কাঢ়ি লৈ যায় উদয় চাংমাইৰ বাইকখন।
-
বোকাখাত চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ উদয় চাংমাইক।
-
কাজিৰঙা দিশৰ পৰা বোকাখাতলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা।
-
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: শৌচালয়ৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আটক এজন