New Update
/asomiyapratidin/media/media_files/2025/05/28/In0cQGNDjQCQEiGGduJ2.jpg)
- চেঙা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকক আটক।
- চেঙা আদৰ্শ চিকিৎসালয়ত কৰ্মৰত চিকিৎক ডা০ আয়ুব আলি আহেমদক আটক।
- ৰোগীক চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাত আটক কৰা হয় চিকিৎসকজনক।
- তৰাবাৰী আৰক্ষীয়ৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে আটক কৰে তেওঁক।
- ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।
- ডা০ আহমেদক আটক কৰাৰ পিছত চিকিৎসালয়ত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
- জৰুৰীকালীন ৰোগীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ।
- চিকিৎসালয়খনত নাই পৰ্যাপ্তমানৰ চিকিৎসক।