0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শিলচৰ এন আই টিৰ ২৩ তম দীক্ষান্ত সমাৰোহ অনুষ্ঠিত । বিভিন্ন বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিলচৰ এন আই টিত এইবাৰ মুঠ ১,২১১ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী , গোল্ড মেডেল আৰু চিলভাৰ মেডেল প্ৰদান কৰে। ইয়াৰ ভিতৰত বি-টেক ৮৪১ গৰাকী, এম-টেক ১৩৫ গৰাকী, এমএছ চি ৬০ গৰাকী, এমবিএ ৪৮ গৰাকী আৰু ১২৭ গৰাকী ছাত্ৰ ছাত্ৰীক পি এইচ ডিগ্ৰী প্ৰদান কৰা হয়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব