0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
২০২৬ৰ বিধান সভা নিৰ্বাচনক লক্ষ্য কৰি বৰছলা সমষ্টিত অসম গণ পৰিষদে নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কৰিছে ৷ ঠেলামৰা বাপুজী ভৱনত অগপৰ সমষ্টি কমিটিৰ সভাপতি দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাত দুই শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব