New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ভয়ংকৰ পথ দুৰ্ঘটনা
- ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন যুৱক
- মুৰিআলী ঘাটৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ-স্কুটিৰ মুখামুখি সংঘৰ্ষ
- দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটি চালকজন
- নিহত যুৱকজন ধুবুৰী চহৰৰ শান্তি নগৰৰ মানৱ দেৱ বুলি চিনাক্ত
- দুৰ্ঘটনা সংগঠিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS-01-RC-5432
- আনফালে স্কুটি খনৰ নম্বৰ AS17G3999
- প্ৰায় এঘণ্টা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত ব্যাহত হয়
- গৌৰীপুৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কৰে পৰিস্থিতি নিয়ন্ত্ৰণ