
তামাৰহাটৰ মুছলমানপাৰাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।
তীব্রবেগী ডাম্পাৰৰ খুন্দাত আহত চাইকেল আৰোহী।
গুৰুতৰভাৱে আহত মলিন ৰায় নামৰ লোকজন।
দুৰ্ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি।
স্থানীয় লোকে চিকিৎসালয়লৈ প্রেৰণ কৰে আহত লোকজনক।
তামাৰহাট আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ।