0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
‘নাকাটো, গছ লগাও আহক’ গছ সুৰক্ষা আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ বাৰ্তা লৈ গুৱাহাটীৰ পৰা শনিবাৰে মানকাচৰত উপস্থিত হয় ৫ গৰাকীকৈ চাইকেল ৰাইডাৰ। ৰাইডাৰ সকলে মন্দিৰ, নামঘৰ, মছজিদ, কবৰস্থান, শ্মশান আদিত স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব