ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ প্ৰশাসনে কাটিলে গছ

নিশাৰ আন্ধাৰৰ সুযোগত প্ৰশাসনৰ প্ৰকৃতিৰ ধ্বংসলীলা। মহানগৰীত পুনৰ কাটিলে পুৰণিকলীয়া কেইবাজোপা গছ। নিশা ১১ বজাৰ পৰা প্ৰায় ২ বজালৈ চলিল প্ৰশাসনৰ ধ্বংসযজ্ঞ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ প্ৰশাসনে কাটিলে গছ

ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ প্ৰশাসনে কাটিলে গছ

  • নিশাৰ আন্ধাৰৰ সুযোগত প্ৰশাসনৰ প্ৰকৃতিৰ ধ্বংসলীলা
  • মহানগৰীত পুনৰ কাটিলে পুৰণিকলীয়া কেইবাজোপা গছ
  • নিশা ১১ বজাৰ পৰা প্ৰায় ২ বজালৈ চলিল প্ৰশাসনৰ ধ্বংসযজ্ঞ
  • ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ কাটি পেলোৱা হৈছে গছ
  • নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণ সেঁতু নিৰ্মাণৰ বাবে প্রশাসন নামিছে ধ্বংসযজ্ঞত
  • পিছে প্ৰশাসনৰ মতে এইয়া গছ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াহে
  • আমবাৰীৰ গছসমূহ স্থানান্তৰ কৰাৰ বাবেহে কটা হৈছে ডাল বুলি উল্লেখ
গছ কটা