worker
প্ৰাপ্য মজুৰি বিচাৰি কৰ্মৰত শ্ৰমিকৰ হাহাকাৰ
শোণিতপুৰৰ আমনিৰ ইটাভাটাত হাহাকাৰ ইটাভাটা মালিকৰ বিৰুদ্ধে শ্ৰমিকক প্ৰহাৰৰ অভিযোগ মহিলা শ্ৰমিককো প্ৰহাৰ কৰাৰ অভিযোগ মালিকৰ বিৰুদ্ধে মালিকে শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াৰো অভিযোগ প্ৰাপ্য মজুৰি বিচাৰি এতিয়া হাহাকাৰ কৰ্মৰত শ্ৰমিকৰ