প্ৰাপ্য মজুৰি বিচাৰি কৰ্মৰত শ্ৰমিকৰ হাহাকাৰ

শোণিতপুৰৰ আমনিৰ ইটাভাটাত হাহাকাৰ ইটাভাটা মালিকৰ বিৰুদ্ধে শ্ৰমিকক প্ৰহাৰৰ অভিযোগ মহিলা শ্ৰমিককো প্ৰহাৰ কৰাৰ অভিযোগ মালিকৰ বিৰুদ্ধে মালিকে শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াৰো অভিযোগ প্ৰাপ্য মজুৰি বিচাৰি এতিয়া হাহাকাৰ কৰ্মৰত শ্ৰমিকৰ

author-image
Asomiya Pratidin
New Update
মহিলা শ্ৰমিকক প্ৰহাৰ!

মহিলা শ্ৰমিকক প্ৰহাৰ!

  • শোণিতপুৰৰ আমনিৰ ইটাভাটাত হাহাকাৰ
  • ইটাভাটা মালিকৰ বিৰুদ্ধে শ্ৰমিকক প্ৰহাৰৰ অভিযোগ
  • মহিলা শ্ৰমিককো প্ৰহাৰ কৰাৰ অভিযোগ মালিকৰ বিৰুদ্ধে
  • মালিকে শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াৰো অভিযোগ
  • প্ৰাপ্য মজুৰি বিচাৰি এতিয়া হাহাকাৰ কৰ্মৰত শ্ৰমিকৰ
  • ভোকে পিয়াহে দিন অতিবাহিত কৰিছে শ্ৰমিকে
  • খনামুখৰ আমনিস্থিত নুৰ ইটাভাটাৰ মালিকৰ বিৰুদ্ধে এই অভিযোগ শ্ৰমিকৰ
  • ইটাভাটাৰ মালিক নুৰ মহম্মদৰ বিৰুদ্ধে মহিলা শ্ৰমিকক প্ৰহাৰৰ অভিযোগ
  • ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ভুক্তভোগী শ্রমিকৰ এজাহাৰ দাখিল
sonitpur worker sonitpur assam