0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ উৎপাদনত পি এল আই আঁচনিয়ে এতিয়ালৈকে ৭ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিছে। তাৰোপৰি ২.৫ লাখৰো অধিকক নিয়োগৰ সুবিধা প্ৰদান কৰিছে। – মঙলবাৰে এই তথ্য সদৰী কৰে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব