0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
যোৰহাট জিলা অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজানত আৱতৰীয়া বান। বানৰ কবলত পৰি ৰাইজৰ বিস্তৰ ক্ষতিসাধন হোৱা দেখা গৈছে৷ বৃহস্পতিবাৰৰ নিশা নগা পাহাৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বেকাজান নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী বানে বিস্তৰ ক্ষতিসাধন কৰে৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব