শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...
Browsing Tag

independence day

দেশৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা ! চাহিদা পূৰাবলৈ মেৰুদণ্ডহীন  ব্যৱসায়…

ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসলৈ মাজত মাথো দুটা দিন থকা অৱস্থাতো পয়োভৰ কমা নাই দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিকৃত ৰূপৰ
আৰু পঢ়ক...

তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত ধিং গাঁও এম ই স্কুলৰ ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী…

ডিজিটেল সংবাদ, বটদ্ৰৱা : তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত নগাঁও জিলাৰ ধিং গাঁও এম ই স্কুলত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সৃষ্টি কৰাৰ বাবে এক শোভাযাত্ৰা উলিওৱা হয়। তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ
আৰু পঢ়ক...

ঢকুৱাখনা-ঘিলামৰাত আৰক্ষীৰ ত্ৰিৰংগা যাত্ৰা

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ণিল আৰু  স্বৰ্ণোজ্জ্বল পৰিক্ৰমাৰ সতে সংগতি ৰাখি শুক্ৰবাৰে ঢকুৱাখনা মহকুমাত আৰক্ষী বিভাগৰ উদ্যোগত উলিওৱা হয়  ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী । ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা সদৰ
আৰু পঢ়ক...

স্বাধীনতাৰ দিৱস উপলক্ষে আৰক্ষীৰ তালাচী অভিযান…

মঙলদৈ, ডিজিটেল সংবাদ : সমাগত স্বাধীনতা দিৱস ৷স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত সষ্টম হৈ উঠিছে দৰঙ আৰক্ষী প্ৰশাসন ৷ দৰঙৰ প্ৰৱেশ দ্বাৰ সমুহত নাকা তালাচী বহুৱাই কূটঘাট মুলক কাৰ্য ৰোধৰ বাবে আৰক্ষীয়ে তন্ন তন্ন কৈ চাৰিচকীয়া আৰু দুচকীয়া বাহন সমুহ তালাচী
আৰু পঢ়ক...

স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে এন এছ এছৰ বিশাল  শোভাযাত্ৰা 

মানকাচৰ, ডিজিটেল সংবাদ : ৭৫ তম স্বাধীনতা দিৱসৰ বৰ্ষপূতি উপলক্ষে আজি হাটশিঙিমাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটে ছাত্ৰ ছাত্ৰীক লৈ এখন বিশাল শোভাযাত্ৰা উলিয়ায় । ৰাষ্ট্ৰীয় সুৰক্ষা যোজনাৰ উদ্ধোগত ওলোৱা এই বিশাল শোভাযাত্ৰা আনুষ্ঠানিক
আৰু পঢ়ক...

হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱক লৈ ৰথ যাত্ৰা

মানকাচৰ : ভাৰতৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা আজাদি কা অমৃত মহোৎসৱে সাঙুৰি ল'লে অসমৰ হাটশিঙিমাৰীকো । আজি জিলা খনৰ ফেকামৰী উন্নয়ন খণ্ডৰ অধীনত ১৪খন  গাঁও  পঞ্চায়তে  অংশগ্ৰহণ  কৰিব এই ৰথ 
আৰু পঢ়ক...

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ত্ৰিৰংগা সজাগতা শোভাযাত্ৰা

ডিজিটেল সংবাদ, ঢকুৱাখনা : স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষত ৭৬ সংখ্যক স্বাধীনতা দিৱসটো সাৰ্বজনীন ভাৱে উদযাপনৰ আহ্বানেৰে বৃহস্পতিবাৰে এক সজাগতা শোভাযাত্ৰা উলিওৱা হয় ঢকুৱাখনাত ।  ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনাৰ ঐতিহ্য বহনকাৰী ঢকুৱাখনা
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১) কমনৱেলথ গেমছ ২০২২ ৰ সফল সামৰণি। এই গেমচত ভাৰতে ৬১ টা পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰে ২২ টা সোণ, ১৬ টা ৰূপ,২৩ টা ব্ৰঞ্জৰ পদকেৰে কমনৱেলথ গেমছৰ অভিযান সামৰিলে। ২)তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত চান্দমাৰি পথৰ কাষৰ নলাত
আৰু পঢ়ক...

৮৩ বছৰীয়া আব্দুল ছাছাই বৰ্তমানলৈ প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় ৩০ লাখ জাতীয় পতাকা, সৰ্বত্ৰে চৰ্চা

ডিজিটেল ডেস্ক: আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে এইবাৰ মোডী চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ ঘোষণা কৰিছে। কিন্তু ইয়াৰ মাজতে চৰ্চাত আছে আব্দুল চাচা। ৮৩ বছৰীয়া এই লোকজনে ৪২ বছৰ ধৰি জাতীয় পতাকা বনোৱাৰ কাম কৰি আহিছে। ৰাঞ্চীৰ নিৱাসী আব্দুল
আৰু পঢ়ক...

১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ…

ডিজিটেল ডেস্ক: ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা কৰে আলফা(স্বা)য়ে লগতে সকলোকে স্বাধীনচা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে। আলফ(স্বা)য়ে ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে। আলফা(স্বা),
আৰু পঢ়ক...