শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...
Browsing Tag

congress

নগাঁৱৰ বঢ়মপুৰত স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ কাৰ্যসূচী শুভৰাম্ভ…

ডিজিটেল সংবাদ,নগাঁও : ৰাজ্যৰ সকলো সাংবাদিকলৈ কংগ্ৰেছে আগবঢ়াব জাতীয় পতাকা ৷ স্বাধীনতাৰ গৌৰবময় যাত্ৰাৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিছে সাংবাদিকক জাতীয় পতাকা প্ৰদানৰ কাৰ্যসূচী ৷ ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত
আৰু পঢ়ক...

জোনাইত কংগ্ৰেছৰ ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’…

ডিজিটেল সংবাদ জোনাইঃ দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তী উপলক্ষে ধেমাজি জিলা কংগ্ৰেছৰ উদ্যোগত আৰু মুৰ্কংচেলেক ব্লক, চিচিবৰগাঁও ব্লক, চিলাপথাৰ টাউন আৰু ধেমাজি নগৰ সমিতি কংগ্ৰেছৰ সহযোগত আজি জোনাই টাউন ক্লাৱৰ ঘৰৰ পৰা 'স্বাধীনতাৰ গৌৰৱময়
আৰু পঢ়ক...

কংগ্ৰেছত বৃহৎ খহনীয়া, শীঘ্ৰেই বিজেপিত যোগ দিব ৮ গৰাকী কংগ্ৰেছী বিধায়কে…

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ ৮ গৰাকী বিধায়কে যোগদান কৰিব বিজেপিত।বিধায়ক কেইগৰাকীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত।এই কথা দাবী কৰিলে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে।কোন কেইগৰাকী বিধায়কে যোগদান কৰিব সেয়া এতিয়াও গোপনীয় হৈ আছে।
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১) বিভিন্ন সমস্যাক লৈ আজি দেশ জুৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে। ইয়াৰ মাজতে আটক হয় ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু আন কৰ্মী। ২) কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি
আৰু পঢ়ক...

মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে: শ্বাহ

ডিজিটেল ডেস্ক: শুকুৰবাৰে মূল্যবৃদ্ধি আৰু আন সমস্যাৰ বিৰোধিতা কৰি সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে। এই প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে ক'লা কাপোৰ পৰিধান কৰা দেখা যায়। প্ৰতিবাদ স্থলীৰ পৰা আটকো হয় ৰাহুল গান্ধী, প্ৰিয়ংকা
আৰু পঢ়ক...

দলংঘাট ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ…  

ডিজিটেল সংবাদ, বটদ্ৰৱা : মুল্যবৃদ্ধি, নিবনুৱা সমস্যা, বান সাহাৰ্যক লৈ ৰাজনীতি আৰু অত্যাৱশ্যকীয় সামগ্ৰীত লগোৱা GSTৰ বিৰুদ্ধে শুকুৰবাৰে দেশজুৰি কংগ্ৰেছ দলে সাব্যস্ত কৰে প্ৰতিবাদ। বটদ্ৰৱা সমষ্টিৰ দলংঘাট ব্লক কংগ্ৰেছেও অভিনৱ প্ৰতিবাদী
আৰু পঢ়ক...

প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰিব কংগ্ৰেছে…

ডিজিটেল ডেস্কঃ বৰ্ধিত মূল্যবৃদ্ধি, জি এছ টি আৰু তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰৰ বিৰুদ্ধে আজি সমগ্ৰ দেশতে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত শীৰ্ষ নেতাসকলে ৰাজপথলৈ ওলাই আহি
আৰু পঢ়ক...

দলৰ পৰা নিলম্বন কৰা হ’ল তিনি কংগ্ৰেছী বিধায়কক….  

ডিজিটেল ডেস্ক : শনিবাৰে নিশা পশ্চিমবংগ আৰক্ষীয়ে ধন সহ আটক কৰিছিল ঝাৰখণ্ডৰ ৩ জন কংগ্ৰেছী বিধায়কক । পশ্চিমবংগ আৰক্ষীয়ে আটক কৰা বিধায়ক তিনিজন ক্ৰমে ইৰফান আনছাৰী , ৰাজেশ কাছাভ আৰু নমনা বীক্ষাল । এখন ফৰশ্বনাৰ বাহনত বৃহৎ পৰিমানৰ ধন লৈ আহিছিল
আৰু পঢ়ক...

দ্ৰৌপদী মুৰ্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি মন্তব্য কংগ্ৰেছ নেতাৰ, উত্তাল সদন…

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লৈ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জনে বিবাদিত মন্তব্য কৰাৰ পাছতেই  সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সদনত চলি আছে
আৰু পঢ়ক...

প্রাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দেৰ দেহাৱসান

ডিজিটেল ডেস্ক: প্রাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দেৰ দেহাৱসান। নিশা প্ৰায় ১.৩০ বজাত GMCHত শেষনিশ্বাস ত্যাগ কৰে প্রাক্তন মন্ত্রী গৰাকীয়ে। মৃত্যুৰ সময়ত দেৰ বয়স আছিল ৮৪ বছৰ । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন
আৰু পঢ়ক...