শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...
Browsing Tag

assam

উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত সুন্দৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কানিভূৰ নৈৰ দলঙৰ তলত বুধবাৰে পানীত ওপঙি থকা অৱস্থাত এগৰাকী অচিনাক্ত মহিলাৰ উলঙ্গ মৃতদেহ উদ্ধাৰ । মৃতদেহ উদ্ধাৰ কৰাৰ পিছত এলেকাৰ তীব্ৰ চাঞ্চল্য
আৰু পঢ়ক...

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন দস্যু আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী…

ডিজিটেল সংবাদ, নামৰূপ: জয়পুৰ বন আঞ্চলিক  কাৰ্যালয়ে বিগত কিছুদিনৰ পৰা বন  দস্যুৰ  বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ফলশ্ৰুতিত চলিত দুটা মাহৰ ভিতৰত কেইবাটাও বন  দস্যুক কৰায়ত্ব কৰাৰ লগতে বহু পৰিমাণৰ ছপা আদি কাঠ  জব্দ কৰিছে  বিভিন্ন স্থানৰ
আৰু পঢ়ক...

নৃশংস! পুত্ৰই হত্যা কৰিলে পিতৃক…

ডিজিটেল সংবাদ,মানকাচৰ: মানকাচৰৰ সুখচৰত পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। নিহত লোক জনৰ নাম কৰিম বক্স বুলি জানিব পৰা গৈছে। আব্দুল বাতেন নামৰ যুৱক জনে নিজৰ পিতৃক লাঠিৰে মূৰত কোবাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে প্ৰথমে সুৰা পান
আৰু পঢ়ক...

নাহৰকটীয়াৰ চৌদিশে অবৈধ মজুত বালিৰ পাহাৰ…

  ডিজিটেল সংবাদ, নামৰূপ:  জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে বনধ্বংস কৰা দুষ্কৃতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বিভাগৰ কিছু কাৰ্যই অসাধু ব্যৱসায়ীৰ সৈতে বন বিভাগৰ  মিতিৰালি চলি থকাৰ সন্দেহৰ অৱতাৰণা কৰিছে।  ইয়াৰ কাৰণ হৈছে
আৰু পঢ়ক...

পাকিস্তানক নহয়, সহায় লাগে অসমবাসীক…

মৃদুল কুমাৰ সন্দিকৈ ৰাজ্যত হাহাকাৰ পৰিস্থিতি। ২৬ খন জিলাত বানে তাণ্ডৱ চলাইছে। বানৰ পৰিস্থিতি জটিলৰ পৰা জটিল হৈ গৈ আছে।যোৱা ৩-৪ দিন ধৰি বানে এনে সংহাৰ ৰূপ লোৱাৰ পাছতো কিয় চকু মেলি চোৱা নাই দিল্লীয়ে। অসমৰ প্ৰতি তীব্ৰ টান আৰু ভালপোৱা
আৰু পঢ়ক...

মথাউৰি নিৰ্মাণৰ নামত ২০ কোটি টকা আত্মসাৎ, তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ৰাজ্যৰ জলসম্পদ বিভাগৰ কোটি টকীয়া কেলেংকাৰী।লখিমপুৰ, ধেমাজি জিলাত সংঘটিত কেলেংকাৰীক লৈ তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।২০১১-১৮ৰ ভিতৰত মথাউৰি নিৰ্মাণত সংঘটিত এই কেলেংকাৰী।২০ কোটি টকাৰ আত্মসাৎ কৰিছিল এই সময়চোৱাত।মথাউৰি নিৰ্মাণ, পাৰ্কুপাইনৰ
আৰু পঢ়ক...

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাহনৰ, নিহত ২ যুৱক

কৰিমগঞ্জত ভয়াৱহ পথ দুৰ্ঘটনা।AS 01 BM 3439 নম্বৰৰ চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্রস্থ।নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা বাহনখনৰ।দুৰ্ঘটনাত নিহত জাকিৰ হুছেইন, আলী হুছেইন নামৰ দুই যুৱক।গুৰুতৰভাৱে আহত মাহিন উদ্দিন নামৰ যুৱকজনক হাস্পতাললৈ
আৰু পঢ়ক...

মুকলি হ’ল নিমাতী-মাজুলী ফেৰী সেৱা

মুকলি হ’ল নিমাতী-মাজুলী ফেৰী সেৱা।বহু দিন ধৰি বন্ধ হৈ আছিল মাজুলী-নিমাতী ফেৰী সেৱা।মাজুলী জিলা প্রশাসনে মুকলি কৰি দিলে ফেৰী সেৱা।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰি ৰখা হৈছিল ফেৰী সেৱা। অনিৰ্দিষ্টকাললৈ বন্ধৰ নিৰ্দেশ দিছিল মাজুলী
আৰু পঢ়ক...

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নে মৰণফাণ্ড , ৰাইজৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  দিনক দিনে  অতি ব্যস্ত  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো  মৰণ ফাণ্ডলৈ পৰ্যবসিত হৈ আহিছে।  ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ নগাঁও সংমণ্ডলৰ  বেপৰোৱা ভূমিকা আৰু ৰাজ্য চৰকাৰৰ দায়িত্বহীন দৃষ্টিভংগীৰ পৰিণতিত লখিমপুৰ জিলাৰ চৰাইমৰীয়াৰ
আৰু পঢ়ক...

ওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰ

ওৰাং ৰাষ্ট্রীয় উদ্যানত মৃত গঁড়ৰ পোৱালি উদ্ধাৰকাইটামাৰী গলদুৱাত উদ্ধাৰ হয় পোৱালীটো। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ গঁড়ৰ পোৱালিটো।তিনি মহীয়া গঁড়ৰ পোৱালিটো বাঘৰ আক্রমণত মৃত্যু হোৱাৰ সন্দেহ
আৰু পঢ়ক...