New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- আজি নিশা ১২ বজাত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল
- পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সংবাদমেল
- সংবাদমেল সম্বোধন তৃতীয় বৰ্গৰ আয়োগৰ অধ্যক্ষ IAS অজয় তিৱাৰীয়ে
- সংবাদমেল সম্বোধন চতুৰ্থ বৰ্গৰ আয়োগৰ অধ্যক্ষ IAS ড০ বি কল্যাণ চক্রৱৰ্তীৰ
- সম্বোধন কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে
- www.site.sebaonline.org ৱেবছাইটত পাব ফলাফল
- www.assam.gov.in ৱেবছাইটতো লাভ কৰিব পৰীক্ষাৰ ফলাফল
- ৱেবছাইটত OMR sheetত উপলব্ধ কৰা হ’ব
- ১৩ লাখ ৩৬ হাজাৰ ১০৬গৰাকী প্রাৰ্থীয়ে তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে
- তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীৰ স্কীল টেষ্ট অনুষ্ঠিত হ’ব
- লিখিত আৰু স্কীল টেষ্টৰ নম্বৰ যোগ কৰি পৰৱৰ্তী সময়ত পুনৰ ফলাফল ঘোষণা কৰা হ’ব
- ৰোল নম্বৰ আৰু Password টাইপ কৰি ফলাফল লাভ কৰিব