New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-1.jpg)
- লংকাৰ বামুণগাঁও চাৰিআলীত পথ দুৰ্ঘটনা।
- দ্রুতবেগী মটৰ চাইকেলৰ খুন্দাত নিহত এগৰাকী মহিলা।
- নিহত মহিলাগৰাকী বামুণগাঁৱৰ গুলনেহাৰ বেগম।
- দুৰ্ঘটনাত আহত মটৰচাইকেল আৰোহীজন।
- আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখন