স্বাধীনতা দিৱস উপলক্ষে বনভোজ খাবলৈ গৈছিল যুৱক, পথ দুৰ্ঘটনাত মৃত্যু...

মঙলবাৰে গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্রবেগী বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

  • মঙলবাৰে গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।

  • নিহত যুৱকজনৰ নাম বিপুল নিৰলা।

  • গুৰুতৰভাৱে আহত ধ্রুৱ নিৰলা নামৰ আন এজন যুৱক।

  • দুয়ো স্বাধীনতা দিৱস উপলক্ষে বগামাটিত বনভোজ খাবলৈ গৈছিল।

  • দুয়োৰে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

road accident