/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9b9b6b42-f10f-46ba-978a-3aa036a83d25/AP_FOR_WEB_new_format_Y_copy.jpg)
-
অসম-ত্রিপুৰাৰ সীমামূৰীয়া কৰিমগঞ্জৰ চুড়াইবাৰীত গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।
-
এখন ট্রাকেৰে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় গাঞ্জািনি।
-
গাঞ্জাখিনিৰ পৰিমাণ ৪০১ কিলোগ্রাম আৰু গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ৬০ লাখ টকা বুলি জানিব পৰা গৈছে।
-
ঘটনা সন্দৰ্ভত ৩জনক আটক কৰিছে আৰক্ষীয়ে।
-
আটকধীন লোককেইজন হ'ল প্রদীপ বিশ্বাস, মিণ্টু চৌধুৰী, সুজিত কুমাৰ নাথ।
Also Read: পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ