নাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ দুটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ

নাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ দুটা ৱাৰ্ডত অগপ প্ৰাৰ্থীৰ জয়লাভ

author-image
asomiyapratidin
New Update

  • নাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ ২টা ৱাৰ়্ৰ নিৰ্বাচনী ফলাফল ঘোষণা।
  • দুয়োটা ৱাৰ্ডতে বিজয়ী হৈছে অগপ প্ৰাৰ্থী।
  • ৪নং ৱাৰ্ডত জয়ী হৈছে অগপ প্ৰাৰ্থী ৰাজকুমাৰ চেত্ৰী।
  • ৭নং ৱাৰ্ডত বিজয় সাব্যস্ত বিনোদ চাংমাইৰ।
  • বিনোদ চাংমাইও অগপ প্ৰাৰ্থী।