/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d7191c9f-d13f-4c45-9cc5-42b844441cdd/AP_FOR_WEB_new.jpg)
ডিজিটেল ডেস্কঃ সাত সাগৰ তেৰ নদীৰ সিপাৰেও এতিয়া ৰঙালীৰ ৰং আৰু হেঁপাহ ৷ নেডাৰলেণ্ডত বাস কৰা প্ৰবাসী অসমীয়া সমাজেও অসমীয়া নতুন বছৰ আৰু বহাগ বিহু উদযাপন কৰে ৷ নেডাৰলেণ্ড , বেলজিয়াম আৰু জাৰ্মানীৰ প্ৰবাসী অসমীয়াই পৰম্পৰা অটুত ৰাখি উদযাপন কৰে ব'হাগ বিহু ৷
ৱাহিদ চালেহ মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত প্ৰবাসী অসমীয়া শিশুসকলে বিহু নাচ আৰু অনান্য সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ বিদেশত থাকিও শিপাৰ সৈতে সম্পৰ্ক ধৰি ৰখা এইসকল প্ৰবাসী অসমীয়াৰ প্ৰয়াস প্ৰসংশনীয় ৷
Also Read: 'সকলো ক্ৰিকেটাৰেই পেছাদাৰী, কোনে কি কৰিব লাগে জানে'- পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ মন্তব্য