0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
জামুগুৰিহাটৰ বামুনিপাম পাটগাঁৱৰ চাৰিগৰাকী নিৱনুৱা যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৰঙালাও খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আনলেও মুকলি কৰিছে স্বাৱলম্বিতাৰ বাট ৷ দহবিঘা মাটিত জৈৱিক পদ্ধতিৰে ৰঙালাও খেতি কৰি অৰ্জন কৰিছে সফলতা৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব