0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
ঠাণ্ডাৰ দিন কেইটাৰ তুলনাত গৰমৰ দিন কেইটাত সৰ্বাধিক চাহিদা বৃদ্ধি পোৱা সামগ্ৰীবিধেই হৈছে পানী । প্ৰচণ্ড গৰমত তৃষ্ণা দূৰ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে বিচাৰে অকণমান বিশুদ্ধ খোৱা পানী । সেয়ে গৰিষ্ঠ সংখ্যক মানুহৰে প্ৰথম পচন্দ হৈ পৰে বজাৰত বিশুদ্ধ খোৱা পানী বুলি বিক্ৰীৰ বাবে ৰখা পানীৰ বটল সমূহ । বৰ্তমান এই পানীৰ বটল সমুহ দোকানত আধা লিটাৰৰ পৰা বিশ লিটাৰলৈকে উপলদ্ধ ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব