0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অসম ৰাজ্যিক বিজেপিক নেতৃত্ব দিবলৈ আগবাঢ়িছে দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত শেষ মুহূৰ্তত দিলীপ শইকীয়াৰ নামতে চূড়ান্ত মোহৰ পৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব