0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
তেজপুৰৰ লিচু
মঙলবাৰৰ পৰা আৰম্ভ হল তেজপুৰ লিচু উৎসৱ-২০২৫। জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে বন্তি প্ৰজ্জ্বলন কৰি শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই উৎসৱত তেজপুৰৰ বিখ্যাত লিচুৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব