0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
প্ৰশ্নকাকত
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্ত্তিৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছে। ২০২৫ চনৰ একাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত প্ৰশ্ন কাকত অকৰ্তৃশীলভাৱে ব্যৱহাৰ কৰাৰ লগতে ছীল ভঙাৰ অভিযোগত বোৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব