সামাজিক মাধ্যমত দায় সৰা প'ষ্ট শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল। সাময়িকভাৱে স্থগিত একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ পৰীক্ষা। শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল প্ৰথম বাৰ্ষিকৰ গণিত পৰীক্ষা। পৰীক্ষাৰ ২৪ ঘণ্টাৰ পূৰ্বে ফাদিল হ’ল গণিতৰ প্ৰশ্নকাকত।

author-image
Asomiya Pratidin
New Update
পুনৰ ফাদিল পৰীক্ষাৰ প্ৰশ্নকাকত

পুনৰ ফাদিল পৰীক্ষাৰ প্ৰশ্নকাকত

  • উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল
  • সাময়িকভাৱে স্থগিত একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ পৰীক্ষা
  • শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া আছিল প্ৰথম বাৰ্ষিকৰ গণিত পৰীক্ষা
  • পৰীক্ষাৰ ২৪ ঘণ্টাৰ পূৰ্বে ফাদিল হ’ল গণিতৰ প্ৰশ্নকাকত
  • সন্দেহজনক প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতে ASSEBৰ এই সিদ্ধান্ত
  • সামাজিক মাধ্যমত দায় সৰা প'ষ্ট শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ
  • শীঘ্ৰেই ঘোষণা হ’ব পৰীক্ষাৰ নতুন দিন
  • ASSEBৰ দ্বিতীয় সংমণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন দাসে জনালে এই তথ্য
ডা: ৰণোজ পেগু প্ৰশ্নকাকত শিক্ষামন্ত্ৰী ৰণোজ পেগু