oscar
অস্কাৰ বিজয়ী ‘The Elephant Whisperers’ৰ বিষয়ে আপুনি জানেনে ?
‘দ্য এলিফেন্ট হুইছপাৰ' নেটফ্লিক্সত মুক্তি পোৱা এখন চুটি তথ্যচিত্ৰ।এই তথ্যচিত্ৰখনৰ পৰিচালনা কাৰ্তিকী গনছালভেছৰ। ‘দ্য এলিফেন্ট হুইছপাৰ'ত ‘ৰঘু’ নামৰ এটা অকলশৰীয়া হাতী আৰু এই হাতীটোৰ যত্ন লওঁতা এহাল দম্পতীৰ মাজত অটুট বন্ধনৰ কাহিনীক চিত্ৰৰূপ দিয়া হৈছে।