0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
বৰহোলা অঞ্চলৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান বৰহোলা জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে দ্বিতীয় দিনা উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰে ৷ পহিলা দিনা মঞ্চ উদ্ধোধন,প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব